চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ - Important question answer for govt job (Part - 03)

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, Important question answer for govt job, Assam

 চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ - অসমীয়া সাধাৰণ জ্ঞান

Important question answer for govt job (Part - 03) - Assamese GK

Assamese GK






প্ৰশ্নোত্তৰ - Questions - Answers 


বিশ্ব জনসংখ্যা দিৱস-
উত্তৰ: 11 জুলাই।

ভূপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল?
উত্তৰ: 1984 চনৰ 2 ডিচেম্বৰ।

উইলি উইলি কি?
উত্তৰ: অষ্ট্ৰেলীয়াৰ চক্ৰবাত।

ইন্দোনেচিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিচেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে চুনামী হৈছিল?
উত্তৰ: সুমাত্ৰা।

কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়?
উত্তৰ: পাৰা।

কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়?
উত্তৰ: ডেছিবেল।

এলনিন(EL Nimo)কি?
উত্তৰ: গৰম পানীৰ সাগৰীয় সোঁত।

সেউজগৃহ পৰিঘটনা-
উত্তৰ: J.Fourier

এন্টাৰ্কটিকাত অ’জন হোল-
উত্তৰ: J.C.Farman

কলাকৰ্ষণ(Tissue Culture)-
উত্তৰ: Harrison

তলত দিয়া কোনবিধ গেছে অ’জন বিনষ্ট নকৰে?
উত্তৰ: হাইড্ৰ’জেন।

বসন্ত ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ।

জলাতংক ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ৰেবিজ ভাইৰাছ।

কলেৰা ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ভিব্ৰিঅ’ক’লেৰি।

কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: মাইক’ বেক্টেৰিয়াম লেপ্ৰি।

মেলেৰীয়া ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: প্লাজম’ডিয়াম।

এমিবিক গ্ৰহণীৰ বীজাণু কি?
উত্তৰ: এন্টামিবা হিষ্ট’লাইটিকা।

প্লেগ ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: পেষ্টিঅ’ৰেলা পেল্টিছ।

কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়?
উত্তৰ: বসন্ত।

কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়?
উত্তৰ: কলেৰা।

কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা হয়?
উত্তৰ: মেলেৰিয়া।

তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয়?
উত্তৰ: হৃদৰোগ।

তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে?
উত্তৰ: বৰ্ণান্ধতা।

জনসংখ্যা বৃদ্ধি হোৱাৰ কোনটো কাৰব নগণ্য?
উত্তৰ: উচ্চ শিক্ষা।

শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়?
উত্তৰ: শ্ৰৱণ।

মাটিৰ বিকল্প-
উত্তৰ: নাই।

কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায়?
উত্তৰ: গৰুৰ গাখীৰ।

নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: মেধা পাটেকাৰ।

কোনবিধ ভাইৰাছৰ কাৰণে পক্ষীজ্বৰ(Bird’s flu) হয়?
উত্তৰ: H1N1

বনসংৰক্ষণ আইন-
উত্তৰ: 1980

জল প্ৰদূষণ সংৰক্ষণ আইন-
উত্তৰ: 1974

বন্যপ্ৰাণী সংৰক্ষণ আইন-
উত্তৰ: 1972

পৰিৱেশ(সংৰক্ষণ) আইন-
উত্তৰ: 1980

প্ৰশ্ন : ভাৰতৰ বৰ্তমান ৰাজ্য সংখ্যা কিমান?
উত্তৰ : ২৮ খন।

প্ৰশ্ন : পৃথিৱীৰ ব্যাস কিমান?
উত্তৰ : ১২,৭৪২ কিঃ মিঃ।

প্ৰশ্ন : মানসৰোবৰ কোন নদীৰ উৎস?
উত্তৰ : ব্ৰহ্মপুত্ৰ।

প্ৰশ্ন : ভূমিকম্পৰ তৰংগই কি শিলত দ্ৰুতভাৱে সঞ্চালিত হয়?
উত্তৰ : গোটা শিলত।

প্ৰশ্ন : কাৰ দ্ৰাঘিমাংশ ৯০০।
উত্তৰ : দক্ষিণ মেৰু।

প্ৰশ্ন : কোনটো গ্ৰহত বায়ু নাই?
উত্তৰ : বুধ।

স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?
উত্তৰ : ভীমৰাও ৰামজী আম্বেদকাৰ

ভাৰতত ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় কোনে খুলিলে?
উত্তৰ : সাবিত্ৰীবাই ফুলে

পাইলট হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
উত্তৰ : অধিনায়ক প্ৰেম মাথুৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি হোৱা প্ৰথম ভাৰতীয় কোন?
উত্তৰ : বিজয়া লক্ষ্মী পণ্ডিত

কোনটো ভাষা বুদ্ধই কয় বুলি ভবা হৈছিল?
উত্তৰ : পালি

ভাৰতৰ মিছাইল মহিলা হিচাপে কোনক জনা যায়?
উত্তৰ : টেচি থমাছ

কোন শতিকাত ভাৰতত চৰখা (ঘূৰণীয়া চকা)ৰ ব্যৱহাৰ সাধাৰণ হৈ পৰিল?
উত্তৰ : খ্ৰীষ্টীয় ১৪ শতিকা

অশোক চক্ৰ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?
উত্তৰ : নীৰজা ভানোট

কোন চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?
উত্তৰ : ১৯১৯ চন

তাজমহল নিৰ্মাণ কৰিবলৈ কিমান বছৰ লাগিল?
উত্তৰ : ২০ বছৰ



Download PDF

Assamese GK.pdf 270kb

Join Us on Telegram

Welcome to our educational Telegram group! 🎓📚

Join Now

Contact Us

Whether you have a question, feedback, or require further information about our services, we encourage you to get in touch. We value every inquiry and strive to respond promptly and efficiently.

Contact Us

Tags

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, Important question answer for govt job, Assam Job