চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ - Important question answer for govt job (Part - 04) - Assamese GK - অসমীয়া সাধাৰণ জ্ঞান

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, Important question answer for govt job, Assam

 চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ - অসমীয়া সাধাৰণ জ্ঞান

Important question answer for govt job (Part - 04) - Assamese GK

অসমীয়া সাধাৰণ জ্ঞান




প্ৰশ্নোত্তৰ - Questions - Answers 


প্ৰশ্ন : কোনটো সংস্থা শৰণাৰ্থীৰ (ৰিফিউজী) সৈতে জড়িত?
উত্তৰ : UNHCR ।
প্ৰশ্ন : অৰ্থনীতিৰ পিতৃ আখ্যা কাক দিয়া হয়?
উত্তৰ : আডাম স্মিথ।
প্ৰশ্ন : UNESCO ৰ মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ : পেৰিছ।
প্ৰশ্ন : UN দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ২৪ অক্টোবৰ।
প্ৰশ্ন : ISROৰ মুখ্য কাৰ্যালয় অৱস্থিত?
উত্তৰ : বাঙ্গালোৰত।
প্ৰশ্ন : ভাৰতৰ অসামৰিক বিমান চালকৰ জনক কোন?
উত্তৰ : জে. আৰ. ডি. টাটা।
প্ৰশ্ন : এক সামুদ্ৰিক মাইলত কিমান কিল’মিটাৰ?
উত্তৰ : ১.৬ কিঃ মিঃ।
প্ৰশ্ন : প্ৰথম গৰাকী ‘ভাৰতৰত্ন’ লাভ কৰা ব্যক্তি কোন?
উত্তৰ : চি. ৰাজাগোপালচাৰী।
প্ৰশ্ন : ‘সাম্যবাদৰ বাইবেল’ আখ্যা কোন খন গ্ৰন্থক দিয়া হয়?
উত্তৰ : ডাছ কেপিটেল।
প্ৰশ্ন : ‘India 2020: A Vision for the New Millennium’ গ্ৰন্থখন ৰচনা কৰিছিল?
উত্তৰ : ড° এ. পি. জে. আব্দুল কালাম।
প্ৰশ্ন : বগা কয়লা কি?
উত্তৰ : জল – বিদ্যুৎ।
প্ৰশ্ন : খেলুৱৈ এজনে যদি শূণ্য  স্ক’ৰ কৰে, তেন্তে তেওঁ কি খেল খেলা বুলি কয়?
উত্তৰ : বিলিয়াৰ্ডছ।
প্ৰশ্ন : প্ৰথম উপগ্ৰহ উৎক্ষেপণ কৰা দেশ খন হৈছে?
উত্তৰ : ৰাছিয়া।
প্ৰশ্ন : ‘অস্কাৰ’ বঁটা কিহৰ লগত জড়িত?
উত্তৰ : চলচ্চিত্ৰ।
প্ৰশ্ন : কোনটো সামৰিক মিত্ৰগোষ্ঠী?
উত্তৰ : NATO।
প্ৰশ্ন : কোনে চণ্ডীগৰ আৰ্হি প্ৰস্তুত কৰিছিল?
উত্তৰ : লী ক’ৰবুচিয়াৰ।
প্ৰশ্ন : জৱাহৰলাল নেহৰুৱে ভাৰতবৰ্ষৰ কোনখন মহানগৰক ভাৰতৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজ আখ্যা দিছে?
উত্তৰ : পুণে।
প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ‘ডেৰাডুন’?
উত্তৰ : উত্তৰাখণ্ড।
প্ৰশ্ন ; ‘ঝাৰখণ্ড’ ৰ পূৰ্বৰ নাম কি?
উত্তৰ : বনাঞ্চল।
প্ৰশ্ন : ভাৰতৰ কোনে ‘টকা’ৰ পৰিৱৰ্তন কৰিছিল?
উত্তৰ : শ্বেৰশ্বাহ চুৰীয়ে।
প্ৰশ্ন : ভূমি সীমা ম্যানমাৰ আৰু বাংলাদেশৰ লগত সংলগ্ন ভাৰতৰ এখন ৰাজ্য হ'ল ?
উত্তৰ : মিজোৰাম।
প্ৰশ্ন : কাৰ ৰাজত্ব কালত ‘ফাহিয়ান’ ভাৰতলৈ আহিছিল?
উত্তৰ : গুপ্ত সকলৰ।
প্ৰশ্ন : আন্না চাল’ই বা মাউণ্ট ৰোড চেন্নাইৰ মুখ্য পৰিবহণ পথ?
উত্তৰ : সত্য।
প্ৰশ্ন :  ‘বংগৰ দুখ’ বুলি ভাৰতৰ কোন খন নদীক জনা যায়?
উত্তৰ : দামোদৰ নদী।
প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যৰ মুখ্য উপদেষ্টা কোন আছিল?
উত্তৰ : চাণক্য।
প্ৰশ্ন : মূলতঃ খাচী ভাষা তলত দিয়া কোন খন ৰাজ্যত কোৱা হয়?
উত্তৰ : মেঘালয়।
প্ৰশ্ন : পৃথিৱী বিখ্যাত ভাৰতৰ ‘ধাৰাভী’ দৰাচলতে কি?
উত্তৰ : মুম্বাইৰ বস্তি অঞ্চল।
প্ৰশ্ন : ফতেহপুৰ চিক্ৰীত প্ৰৱেশৰ দুটা প্ৰধান দ্বাৰ আছে। ইয়াৰে এটা ‘শ্বাহী দৰৱাজা’। আনটো কি?
উত্তৰ : বুলন্দ দৰৱাজা।
প্ৰশ্ন : কোন গৰাকী ভাৰত আক্ৰমণকাৰীক ‘ইছলামৰ তৰোৱাল’ বুলি জনা যায়?
উত্তৰ : গজনীৰ মাহমুদ।
প্ৰশ্ন : কোন খন ঠাই স্নান ঘাট,ৰেচম কাপোৰ আৰু হিন্দু বিশ্ব বিদ্যালয়ৰ বাবে প্ৰসিদ্ধ ?
উত্তৰ : বাৰানসী।
প্ৰশ্ন : অসমত টুপ্পা মানে কি বস্তুত বুজায়?
উত্তৰ : চাহৰ খৰাহী।


Download PDF

Assamese GK.pdf 270kb

Join Us on Telegram

Welcome to our educational Telegram group! 🎓📚

Join Now

Contact Us

Whether you have a question, feedback, or require further information about our services, we encourage you to get in touch. We value every inquiry and strive to respond promptly and efficiently.

Contact Us

Tags

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, Important question answer for govt job, Assam Job