চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ - Important question answer for govt job (Part - 01)

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, ASsam Job 2023, Govt Job Assam, Previous Year

 চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰ - অসমীয়া সাধাৰণ জ্ঞান

Important question answer for govt job (Part - 01) - Assamese GK







প্ৰশ্নোত্তৰ - Questions - Answers 


১)পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?
উত্তৰ: জাপান।

২)তলতৰ কোনবিধ গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াকৈ উদ্ভাৱন কৰা হৈছে?
উত্তৰ: গংগা HD 2643।

৪)পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে?
উত্তৰ: শাল গছ।

৫)তলৰ কোনটো সংগঠন অসমত বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ লয় ?
উত্তৰ: কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম।

৬)অসমৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ কোনটো?
উত্তৰ: ডিবগৈ।

৭)বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ(FAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে?
উত্তৰ: 2500 কেলৰি।

৮)বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে
উত্তৰ: জনসমতা ৰক্ষা কৰে।

৯)খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?
উত্তৰ: উত্তৰ প্ৰদেশ।

১০)দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি?
উত্তৰ: এনিমিয়া।

১১)আয়’ডিনৰ অভাৱত কি ৰোগ হয়?
উত্তৰ: গৰল।

১২)কোনবিধ কয়লা সৰ্বোত্তম?
উত্তৰ: এনথ্ৰাচাইট।

১৩)এজন সুস্থ মানুহক দৈনিক কিমান খোৱা পানীৰ  প্ৰয়োজন হয়?
উত্তৰ: 2.7।

১৪)তলত দিয়া কোনবিধ সম্পদ নৱীকৰণ যোগ্য?
উত্তৰ: বায়ুত থকা অক্সিজেন।

১৫)তলত দিয়া কোনবিধ ইন্ধন জীৱাষ্ম নহয়?
উত্তৰ: খৰি।

১৬)পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?
উত্তৰ: 97।

১৭)ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ?
উৎস: বোম্বে হাই।

১৮)তলত দিয়া কোনবিধ সজুঁলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয়?
উত্তৰ: চিস্ম’গ্ৰাফ।

১৯) সাগৰৰ পানী লুণীয়া কোন বিধ লৱণৰ বাবে হয়?
উত্তৰ: চোডিয়াম ক্ল’ৰাইড।

২০) LDC দেশবোৰৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান ভাগ?
উত্তৰ: 78%।

২১)পৰুৱাবোৰ-
উত্তৰ: মৃতভোজী বা উচ্ছিষ্টভোজী।

২৩) তৃণভোজী প্ৰাণীবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত?
উত্তৰ: দ্বিতীয়।

২৪)বায়ুমণ্ডলত নাইট্ৰ’জেনৰ শতকৰা পৰিমাণ কিমান?
উত্তৰ: 78 ভাগ।

২৫)পৰিস্থিতি তন্ত্ৰ(ecosystem)নামটো কোনে দিছিল?
উত্তৰ: Hackel.

২৬) প্ৰবাহমান জলজ(lotic) কি?
উত্তৰ: নদীৰে বৈ যোৱা পানীক প্ৰবাহমান জলজ বোলা হয় ।

২৭)তলত দিয়া কোনবিধ উপাদান স্বপোষী?
উত্তৰ: সেউজীয়া উদ্ভিদ।

২৮)কি অনুজীৱ নাইট্ৰ’জেন স্থিৰীকৰণৰ সৈতে জড়িত?
উত্তৰ: নীলা সেউজীয়া শেলাই, এনাবিনা।

৩০)এশিঙীয়া গঁড় কোন অঞ্চলৰ থলুৱা প্ৰাণী?
উত্তৰ: অসম।

৩১) Silent Valley ক’ত অৱস্থিত?
উত্তৰ: কেৰেলা।

৩২)বহি:স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি?
উত্তৰ: চিৰিয়াখানা।

৩৩)ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?
উত্তৰ: উদ্ভিদ আৰু প্ৰাণী।

৩৪)কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত?
উত্তৰ: অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী।

৩৫)কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে?
উত্তৰ: সৰীসৃপ।

৩৬)ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উত্তৰ: কৰ্বেট।

৩৭)ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি?
উত্তৰ: বাঘ।

৩৮)উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণী হৈছে-
উত্তৰ: কলচী উদ্ভিদ।

৩৯)সৰ্পগন্ধা কি?
উত্তৰ: এবিধ বনৌষধি।

৪০) ডড’ চৰাই এতিয়া-
উত্তৰ: লুপ্ত প্ৰজাতি।

৪১) মিনামাটা ৰোগৰ কাৰণ কি আছিল-
উত্তৰ: জল প্ৰদূষণ।

৪২)ইউক্ৰেইন স্থিত চেৰ্ন’বিল নিউক্লীয় ৰিয়েক্টৰত কিমান চনত দুৰ্ঘটনা হৈছিল?
উত্তৰ: 1986।

৪৪)ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
উত্তৰ: ড° এম.এচ.স্বামীনাথন।

৪৫)বিশ্ব পৰিৱেশ দিৱস-
উত্তৰ: 5 জুন।

৪৬)ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-
উত্তৰ: 30 জানুৱাৰী।

৪৭)বিশ্ব জল দিৱস-
উত্তৰ: 20 মাৰ্চ।

৪৮)বিশ্ব বন দিৱস(World Forest Day)-
উত্তৰ: 21 মাৰ্চ।

৪৯)বিশ্ব স্বাস্থ্য দিৱস-
উত্তৰ: 7 এপ্ৰিল।

৫০)বসুধা দিৱস(Earth Day)-
উত্তৰ: 22 এপ্ৰিল।


Download PDF

Assamese GK.pdf 270kb

Join Us on Telegram

Welcome to our educational Telegram group! 🎓📚

Join Now

Contact Us

Whether you have a question, feedback, or require further information about our services, we encourage you to get in touch. We value every inquiry and strive to respond promptly and efficiently.

Contact Us

Tags

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, Important question answer for govt job, Assam Job