সানমিহলি প্ৰশ্নোত্তৰ - Assamese Mixed Question Answers -Assamese GK - Axomiya GK

Assamese Mixed Question Answers, Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, Important

 সানমিহলি প্ৰশ্নোত্তৰ - অসমীয়া সাধাৰণ জ্ঞান

Assamese Mixed Question Answers - Assamese GK

Axomiya GK





প্ৰশ্নোত্তৰ - Questions - Answers 

প্ৰশ্ন : হিউৱেন চাং অসমলৈ অহোতে কামৰূপৰ ৰজা কোন আছিল? 
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন। 
উত্তৰ : ১৯৬১ চনত। 
প্ৰশ্ন : অসমত প্ৰথম ৰেল সেৱা কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? 
উত্তৰ : ১৮৮২ চনত। 
প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল? 
উত্তৰ : ১৮২৩ চনত 
প্ৰশ্ন : অসম এছ’ছিয়েচন গঠিত হৈছিল? 
উত্তৰ : ১৯০৩ চনত। 
প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
 উত্তৰ : বীৰপাল। 
প্ৰশ্ন : অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত? 
উত্তৰ : গুৱাহাটী। 
প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
 উত্তৰ : গোপীনাথ বৰদলৈ। 
প্ৰশ্ন : কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা  আছিল -
 উত্তৰ : ৰেণুকা দেৱী বৰকটকী। 
প্ৰশ্ন : কোন চনত অসমত ১ম ধ্বংসাত্মক ভূমিকম্পটো সংঘটিত হৈছিল? 
উত্তৰ : ১৫৪৮ চনত। 
প্ৰশ্ন : ‘ডিগবৈ তেল শোধনাগাৰ’ কিমান চনৰ পৰা কাৰ্যক্ষম হয়? 
উত্তৰ : ১৯০১ চনৰ পৰা। 
প্ৰশ্ন : প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল? 
উত্তৰ : ১৯৭৯ চনৰ পৰা। 
প্ৰশ্ন : জয়দ’ল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? 
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ। 
প্ৰশ্ন : আহোমৰ শেষ কীৰ্তি স্তম্ভটো ক’ত অৱস্থিত? 
উত্তৰ : বশিষ্ঠাশ্ৰমত। 
অসমৰ কোনজন স্বৰ্গদেউক ‘ল’ৰা ৰজা’ বুলিও জনা যায়? 
উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা। 
প্ৰশ্ন : অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? 
উত্তৰ : আকবৰ হাইদৰী। 
প্ৰশ্ন : Poetry is metrical composion-এই কবিতাৰ সংজ্ঞা দাঙি ধৰা সমালোচকজন কোন? 
উত্তৰ : মেথিউ আৰ্নল্ড 
প্ৰশ্ন : তথাকথিত মিকিৰসকলে নিজকে কি বুলি পৰিচয় দিয়ে? 
উত্তৰ : আৰ্লেং 
প্ৰশ্ন : শংকৰদেৱৰ ৰচনাৱলীত ব্যৱহ্নত ভাষাকেইটা হৈছে - 
উত্তৰ : প্ৰাচীন অসমীয়া, ব্ৰজাৱলী,সংস্কৃত 
প্ৰশ্ন : অংকীয়া নাটৰ শেষত ব্যৱহ্নত ভটিমাবিধ হৈছে - 
উত্তৰ : মুক্তিমংগল ভটিমা 
প্ৰশ্ন : সাহিত্য অকাডেমীৰ অনুবাদ বঁটা পোৱা প্ৰথম অসমীয়া লেখকজন হৈছে - 
উত্তৰ : ৰাধিকামোহন ভাগৱতী 
প্ৰশ্ন : 'বিশ্বসাহিত্য" এই পৰিভাষাৰ প্ৰৱৰ্তক হৈছে - 
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ 
প্ৰশ্ন : 'ৰাসক্ৰীড়াৰ গুৰুকথা " গ্ৰন্থৰ ৰচক কোন? 
উত্তৰ : বাণীকান্ত কাকতি 
প্ৰশ্ন : অসমীয়া ভাষাৰ নৃগোষ্ঠীয় উপভাষাটো হৈছে? 
উত্তৰ : দেউৰী-অসমীয়া 
প্ৰশ্ন : 'অসমীয়া নাৰীৰ ঐতিহ্য আৰু উত্তৰণ' গ্ৰন্থখনৰ প্ৰণেতা কোন? 
উত্তৰ : পৰমানন্দ মজুমদাৰ 
প্ৰশ্ন : একাধাৰে ঔপন্যাসিক আৰু নাট্যকাৰ হৈছে - 
উত্তৰ : অৰুণ শৰ্মা 
পিৰিয়ডিক টেবুল কোনে ডিজাইন কৰিছিল? 
উত্তৰ : দিমিত্ৰী মেণ্ডেলিভ 
কৃত্ৰিমভাৱে ফল পকিবলৈ কি ব্যৱহাৰ কৰা হয়? 
উত্তৰ : কেলচিয়াম কাৰ্বাইড 
হীৰা কোনটো মৌলৰ পৰা তৈয়াৰ কৰা হয়? 
উত্তৰ : কাৰ্বন 
কোনটো গেছক হাঁহি গেছ বুলিও কোৱা হয়?
উত্তৰ : নাইট্ৰাছ অক্সাইড 
পাৰাৰ থাৰ্মোমিটাৰে জুখিব পৰা সৰ্বোচ্চ উষ্ণতা কিমান? 
উত্তৰ : ৩৬০ ডিগ্ৰী চেলছিয়াছ 
বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়? 
উত্তৰ : টাংষ্টেন 
আলোকবৰ্ষত কিমান কিলোমিটাৰ? উত্তৰ : ৯৪,৬০,৭৩,০০,০০,০০০ কি.মি কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? 
উত্তৰ : ৪ ডিগ্ৰী চেলছিয়াছ 
অ’জন স্তৰে আমাক কিহৰ পৰা ৰক্ষা কৰে? 
উত্তৰ : UV ৰশ্মি 
ভাৰতৰ কোনখন ৰাজ্যত বিশ্বৰ আটাইতকৈ দীঘল Sandstone ৰ গুহাটো অৱস্থিত? 
উত্তৰ : মেঘালয়ৰ ক্ৰেম পুৰী
প্ৰশ্ন : কোন চনত অসমীয়া ভাষাই ৰাজ্যিক ভাষা স্বীকৃতি লাভ কৰিছিল? 


Download PDF

Assamese GK.pdf 270kb

Join Us on Telegram

Welcome to our educational Telegram group! 🎓📚

Join Now

Contact Us

Whether you have a question, feedback, or require further information about our services, we encourage you to get in touch. We value every inquiry and strive to respond promptly and efficiently.

Contact Us

Tags

Assamese GK, Axomiya GK, Assamese General Knowledge, Assam GK, Important Question Answers for Assam Job, Important question answer for govt job, Assam Job, Assamese Mixed Question Answers